Ring ring
kkallol.xtgem.com

যিদিনা মই কবিতা লিখা বাদ দিম
সিদিনা মোৰ মৃত্যু হ'ব !

মই মৃত্যু ভাবনাত
ছটফটাই থাকোঁ
অথচ মোৰ মৃত্যু নহয় !

সম্প্ৰতি মই এটা
আধাজীয়া শ !

ණ কন্দর্পজিৎ কল্লোল


মুখ্য পৃষ্ঠা